পৰিছিলো; ফলিত মই দুইৰ নামত ঘটাই সাবধানে আগবাঢ়িবলৈ বাধ্য হৈছিল। সেই জমে চলিবলৈ অভ্যাস কৰাৰ ফলত, মোৰ লিখা প্ৰণালী দুয়োবিধৰ সমাবেশ মাং অচিতে যাবলৈ ধৰিছিল। আৰ্থিক যিধত কিন্তু কাৰৰপৰা কোনোপাৰে একেৰিমাননা সহায় পোৱা নাছিলো। ফলে লোকে নপতিয়াৰ কিনি, এই পাৰু মোৰ “বিজুলীয়ে ‘নঠা-বৰাগ কৰিছিল,-পিজিবলৈ নোতা নাই, মেচৰ লগৰীয়া ছাত্ৰৰ আৰ-তাৰ ফটা-চিটা যি পাওঁ এবোৰ পিন্ধি বাহিৰলৈ ওলাওঁ , তিয়াবলৈ তিয়নী নাই, আনৰ তিনী তিয়াই গা থোও; পোছা বুলিবলৈ কোট-পেন্ট নাইট-ক্যাপৰ একেটা সাজ মাখোন; আবেলিৰ জলপানত ‘মিঠাই’ খোৱা এৰি এক পইচীয়। ফলাহাৰ আৰু এনেই পোবা চাইটোপাৰ লগত আৰু এপইচাৰ গৰমাগৰম’ কচুৰী তিনিটা। ইত্যাদি বৰাগ আৰণেৰে বহুৰটো কটাব লগাত পৰিছিলো। অৱশ্যে, সেই ব্ৰত ধৰোতে গাত বিমান দুখ পাইছিলো মনত ভাৰ চতুগুণ সুখ অনুভৱ কৰিছিলো। এইদৰেই সেই এবছৰীয়া কঠোৰ ব্ৰতৰ সাধনা সিদ্ধি হলগৈ-অকলশৰীয়া মই এহতীয়াকৈ “বিজুলীৰ তৃতীয় ভাগ সম্পূৰ্ণ কৰিলে। --ভানুমতী” জনম সঞ্চাৰৰ কালমতে আগ হব লাগিছিল “ভানুমতী, পিচে কাৰ্যতঃ “লাহৰীয়েহে আগবাঢ়ি বৈয়াকৰণ নিয়ম বাহাল ৰাখিলে, অৰ্থাৎ ব্যাকৰণৰ সূত্ৰ অনুসৰি তাকৰীয়া আখৰৰ নাম বা শষ যে আগত বহিব লাগে, সেয়ে হ’ল। কিয়নো, “ভানুমতী” “বিজুলীৰ গৰ্তত থাকেঁাতেই ইফালে আচম্বিতে “লাহৰী” শোহৰলৈ ওলাবলৈ এটি সোণাময় ছেগে জাপোনা-আপুনি ধৰা দিলে। ঘটনাটো এই—মোৰ কলিকতীয়া কালৰ তৃতীয় বছৰ। vজহুৰ্গা পুজাৰ সামৰণিৰ দিন। বিজয়া দশমী। সপ্তাহকাল ব্যাপি বাজে ভিতৰে দুৰ্গা পুজা উপলক্ষীয় বিবিধ ৰং-ধেমালি, “পুজাবাড়ী”বোত শখ-ঘণ্টাৰ ৰ, ৰাজ- বাড়ীবিলাকত নাচ-গান, হাট-বজাৰ, মুকলি চাপৰিত নাগৰছোলা ঘূৰণ ইত্যাদি গাতোলা আনন্দৰ ঢৌ মাৰ যোৱাৰ পুৰ্বক্ষণত, সুপ্ৰশস্ত পকী বাটে ঘাটে দেৱী মূৰ্তি ফুৰোৱাৰ শোভাযাত্ৰাত বিৰ-দি-বাট-নোপোৱ জন-প্ৰাণীৰ দলদোপহেন্দোদোপ ভিৰৰ আৰু গাত প্ৰতিমা বিসৰ্জন দিয়া চাবলৈ চপা লাখ-লাখ লোৰ তল-ওপৰ হেন্দোলনিৰ মন-নচু উৎসৰ উলাহ মাৰ নিয়াই দৰ্শকবৃন্দ ঘষা-ঘৰি হৈ ভিতৰ সোমালগৈ-হৰে শৰলেৰে নিনাদিত সজাগ কলিকতা কতেকৰ অৰ্থে নিম পৰিল। সৰি পাচত, আমাৰ হাতত সেই একে চাব, একে ভাব। সেই গহীন ভাব জমাৎ গহীনতৰ ক্ষৰি তুলিশে দেশাচাৰমতে হোঁটাপানৰ গহীন ৰাগৰে। ৰাতি দুভাৰমান (ওতে আৰি আটাইটি এৰৱা হাজ আমাৰ ছাত্ৰবহাৰ ( ৬৭ নং বিপুৰ ইউত্তৰ মূৰৰ ৰহল টোলিও একেঠাই হৈ কৰা যোগাতি বহিলোহিই। সেই মেলত বিবিধ বিষয়ক আলোচনা আৰু নানা ভৰৰ ফুৰি ৰ দোলোঙা মেলা আদি এনে আজ আৰু বিধেমালিৰ নগৰ অনাথ চৰিবলৈ ধৰিলে। ইঞ্জিত, নামাৰ মাৰ এনে এই বুলি ৰুৰে এটা এ বুলিলে,
পৃষ্ঠা:Mor Sowarani.djvu/৪২
অৱয়ব