সমললৈ যাওক

পৃষ্ঠা:Mor Sowarani.djvu/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মোৰ সোঁৱৰণ গৰি উপস্থিত হওঁগৈ। এইখিনিতে কৈ থব লগীয়া যে, মহাপুৰুষ ঈশ্বৰচত্ৰ বিদ্যাসাগৰৰ দৰ্শন লাভ মোৰ এটা হেগ বুলি ধৰা কাম আছিল। সেই হেগ কেতিয়াবা কোনোদিন অৰুৰে পাওঁ। যেতিয়াই পাওঁ তেতিয়াই মই অলক্ষিত ভাৱে সেই বিৱ বিৰাট পুৰুষ জনৰ পিচ লাগে। কলিতাৰ ফুটপাথ ৰা মানুহ অহা-যোৱাৰ পকী বাটেদি চটচটপ, তালতলি বা বিদ্যাসাগৰ চটি মোতাৰ শতিকৰ তাল দি তেখেতে কালৈকো ফটামি নকৰি আগোন মনেৰে গৈ থাকে, ময়ো পিচে পিচে বিমানলৈকে পাও নীৰৰে গৈ থাকে। এতে মোৰ অতৃপ্ত বিদ্যাসাগৰ দৰ্শন। সি যি হওক, আচল কথাত ধৰে। এই “বিজুলী”মেই মোৰ আন্তৰিক সাহিত্যিক অনুৰাগ ক্ৰমাৎ উজলাবলৈ ধৰিলে; ময় দুগুণ উনাহেৰে তাৰু কাৰ্যত ফলিৱাবলৈ যত্নপৰ হলো। “বিজলী” সাহিত্যৰ সমল চপাই আনি দি সহায় কৰাৰ উপৰি, তাৰ আৰ্থিক বল বঢ়াবলৈকো মোৰ যত্বৰ ক্ৰটী হোৱা নাছিল। সেই অৰ্থে মই ফুৰা-চকা আজৰি ক্ষণত ছেগ ধৰি কলিকতীয়া সৰু-বৰ কোম্পানী আৰু দোকানী-কাৰবাৰী আদিৰ পৰা বিজ্ঞাপন গোটাই আনি দি পাৰ্বমানে সহায় কৰিছিলো, তদৰ্থে মোৰ হাতত বা জেপত এখন “বিজুলী” সততে থাকে। সেই কাৰ্যত মোক চাহাবী পোছাকে তেতিয়াৰ কালত বিশেষ গুণ দিছিল। সেই প্ৰসঙ্গতে মাজে মাজে, হৰিবিলাস আগৰৱালা ডাহৰীয়াই মোৰ কলিকতা যাত্ৰাৰ কালত জাহাজ পোন-প্ৰথম সাক্ষাৎ দিওঁতে দিয়া তেখেতৰ ব্যৱসায়ী নমূলক মন্তব্য মই সমৰি চাইছিলো। “বিজুলীৰ প্ৰথম বছৰটো পুৰ কৰি উঠি, দ্বিতীয় বছৰৰ প্ৰথম দুই সংখ্যা উলিৱা হৈছে মাথোন, এনেতে কৃষ্ণপ্ৰসাদ দুৱৰা কলিকতাৰপৰা ঘৰলৈ একেবাৰে গুচি আহিব লগীয়া হ'ল। গতিকে, “বিজুলী” চলোৱাৰ সৰ্বভাৰ মোৰ মূৰত পৰিল। ভাবি চলে, কাকতখনৰ সেই বছৰটো আধৰুৱাকৈ এৰাটো বানীয় নহয়, কিয়নো সেইদৰে এৰিলে মোৰ সেই প্ৰিয়তম বহুৰ নামত অখ্যাতি আহিব আৰু তাৰ কিঞ্চিৎমান অপষণে মোকো নোপাৱাকৈ নাথাকিব। এই ভাবি, “বিজুলী” চলোৱাৰ ভাৰ কানপাতি ললো , আৰু ভালেমান অভাব-অভিযোগ পাৰ হৈ অতি দুখে-কষ্টে সেই আধৰুৱা বিতীয় বছৰটো পুৰাকৈ সমাপ্ত কৰি উঠি, সকাহ এফেৰি পালে। তাৰ পাচত, উঠিল তৃতীয় বছৰৰ প্ৰশ্ন; কিয়নো মই ওকালতি পৰীক্ষা দিয়াৰ উদ্দেশ্যে কলিকতাত মোৰ তৃতীয় বছৰটোও কটাবলগীয়া হৈছিল। কিন্তু মোৰ এনে সামৰ্থ্য নাছিল যে, “বিজুলীৰ নিচিনা এখন আলোচনী কাকত চলোৱাৰ সম্পূৰ্ণ ভাৰ অকলশৰীয়াকৈ আৰু এটা দীঘলীয়া বছৰ ববলৈ আগবাঢ়িব পাৰে। পিচে, কৰে কি এতিয়া? আগ-পিচ গুলি বিমোৰ হলো। এই দোষোৰ-মোৰ অৱস্থাত অনাগুণাকৈ মাজতে এমাহমান কটালো, তথাপি কোনো এটা সিদ্ধান্তত উপস্থিত হবলৈ নোৱাৰিলে। গৈ মাৰি শেহাত এই সম লৈ মই আমাৰ বয়োন শৰৰ এম্প অসমীয়া সাহিত্যিক vণাভিৰাম বৰুৱা যায়বাহাদুৰ ভাৰীৰ কাষ চাপিলোগৈ; তেখেত তেতিয়া সপৰিয়ালে আমাৰ মোৰ গাতে লগ ৬নং মিৰ্জাপুৰ এটৰ ঘৰটোতে যা কৰি আছিল। মোৰপৰা আপো শুনি তেখেতে এটি দীঘল দুনিয়াই পেলালে। মুনিয়া কাজি-এৰি কত মই জাৰি চাৰলৈ