সমললৈ যাওক

পৃষ্ঠা:Mor Sowarani.djvu/২১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এয়োত্ৰিংশ সৰ্গ বিলায় বিপত্তিমানে ক্ৰমে দূৰ কৰি হৃদয়ত পালা বল আৰু কৰিলা সুগম পাচে জীৱনৰ বাট মুঠিয়ালা কৰ্ম প্ৰেমলা। নম্ৰ শিষ্ট সাধু হই উঠিলা জিলিকি বাজিলা সমাজ প্ৰণয়েৰে; জাতি, বন্ধু, পৰিয়াল, মিত্ৰ, কুটুদি জিলিকিলে তব প্ৰতিভাৰে। গাঁৱলীয়া হোজা প্ৰাণ মৰমতে মৰা তৱ গুণে মুগ্ধ চাৰি মৌজা, ৰাজবংশী পিতৃদেৱ পালিলা প্ৰজাক নৱযুগে হই গঞাৰজা। সাধিলা সাধনা যত, জীৱনৰ ব্ৰত উদ্ধাৰিলা বংশ নাম ঘূৰি, ‘বুঢ়া মন্ত্ৰী থাওক পুত্ৰ কুকাই গগাহাঞিবৰুৱা আঁতিগুৰি। তান হন্তে নামি অহা চৈধ্য পুৰুষৰ জনমিল পুথাও কিনাৰাম, তান হন্তে উধালাহা জিলিকি আপুনি নৰোম পিতৃ ঘিণাৰাম। ২০ ভাদ, ১৮২৯ শক। পিতৃ বিয়োগৰ বিজুলী বাতৰি পোৱাৰ দিন ধৰি শোক-তাপ বুকুত লৈ পিতৃ শ্ৰদ্ধ ব্ৰত ধাৰণ কৰিলো। ইতিমধ্যত উত্তৰ লক্ষীমপুৰৰপৰা পিতৃ অস্থি আৰু অগ্নি সংস্কাৰৰ ভন্ম অনাই লৈ গজাত অস্থিভস্ম লগাই আদ্যপিণ্ড দিয়াৰ উদ্দেশ্যে যথাসময়ত গঙ্গাযাত্ৰা কৰিলে। বাটতে এৰাতি কলিকতাত অসমীয়া ছাত্ৰাবাসত আচুতীয়া হৈ কটালে। সেই ছাত্ৰাবাস বা মেচত মোৰ বৰ ভাগিন মান সুৰেন্দ্ৰনাথ গোহাঞি আৰু মাজিউ ভাগিন এমান মহেন্দ্ৰনাথ গগাহাঞি আৰু ছাত্ৰ শিষ্য শ্ৰমান বোধনাথ পটীয়াও আছিল। পিচদিনা মৃতকৰ দশ দিনা পুৱাতে প্ৰমান সুৰেন, মহেন, বোধনাথ প্ৰমুখখ্য কেজনমান কলিকতা প্ৰবাসী অসমীয়া ছাত্ৰৰে সৈতে যাত্ৰা কৰি দুপৰীয়া কালীঘাট পালোগৈ। তাতে কেনাথ হালদাৰ পুৰোহিতৰ যোগে যথাবিধি গঙ্গাত অভিম লগাই আন্তপিণ্ড দান কৰি আশ্ৰাদ্ধ ক্ৰিয়া সমাধা কৰিলে। • ভিীৰ ভাগ ‘উ ১০৫০১•• পৃষ্ঠা।