সমললৈ যাওক

পৃষ্ঠা:Mor Sowarani.djvu/১৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বড়বিংশ সৰ্গ ১৬৫ তেওঁৰ সাদৰী সহধৰ্মিণী, মিষ্টাৰ আৰু মিচেচ মনৰৰ, চীফ কমিচনাৰ আৰু তেওঁৰ সুশলা মেমচাহাব —এইসকলৰ ওচৰত বিদায় লওঁতে মোৰ মন কান্দো-কালো হৈছিল। ডিৰেক্টৰ জেনেৰেল মিষ্টাৰ মনৰো চাহাবে উপচি মোৰ গুণ বৰ্ণাই এখনি দীঘলীয়া পত্ৰ লিখি আমাৰ চীফ কমিচনাৰ ফুলাৰ চাহাব বাহাদুৰলৈ বুলি মোৰ হাতত দি মোৰ ভবিষ্যৎ উন্নতিৰ কামনা জ্ঞাপন কৰিলে।