সমললৈ যাওক

পৃষ্ঠা:Mor Sowarani.djvu/১৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৪৫ বয়েবিংশ স এনে তোমালোক সহজনৰ সমানচোন। ইত্যাদি কথাৰ ফিৰিতিৰে খাণ্ডৰ দাহ আল অয়ি জিভা মেলাই আমাৰ বহু পৰিমৰ ফল সেই অৰ্ধেকতে ছাই কৰাৰ উপক্ৰম দেখুৱালে। এনে কি তাৰপৰা দুজনৰ ঠাইত দুই চুবুৰি হৈ, চুবুৰিয়ে আমাৰ থিয় হোৱা নামঘৰৰটিনৰ এছাল এৰুৱাই নি সুকীয়াকৈ চুবুৰীয়া নাটমন্দিৰ সাজিবলৈ ককালত টঙালি আঁটি ওলাল। এনে সমস্যাৰ পাৰ চিৰি মই বিমোৰ হলো। পিচে সেই সময়ত তেজপুৰলৈ নতুনকৈ অহা বিচক্ষণীয়া বুদ্ধিৰ ডেকাহাকিম শ্ৰীযুত (পাচত ৰায়বাহাদুৰ) ৰাধানাথ ফুকনদেৱে মোৰ অনুৰোধত পৰম উলাহেৰে সেই দলাদলিৰ মাজত সোমাই লৈ শান্তিপানী ছটিয়াই দপদপকৈ অলি অহা জুইকুৰা সিমানতে পানীকৃত কৰিলে। ওপৰতে সমৰিবলগীয়া আছিল যে কাৰ্য আৰম্ভ কৰিব পৰাকৈ বৰণি উঠাৰ পাচত আমি নামঘৰ সজাবলৈ উপযুক্ত মাটি এডোখৰৰ অভাৱত পৰিছিলো। অৱশেষত ৰচিত্ৰ বক। তহচিলদাৰ ভাগৰীয়াই জানিবা সেই চিন্তাৰ পাৰ পোৱালে—“অসম চেণ্টেল প্ৰেছ” আৰু ভবানীচৰণ ভট্টাচাৰ্য ডাঙ্গৰীয়াৰ বাৰীৰ মাজতে তেওঁৰ নিজা মাটি এভোৰ নামনিমিত মূল্যত অ. . উ. সা. সভাক দান বিক্ৰী কৰিলে। কিন্তু আপদ অকলে নাহে। ইয়াৰ পাচত মাটিৰ সীমা লৈ উঠিল আন এটা সমস্যা। নামঘৰৰ টোলৰ পূব সীমা লৈ ভট্টাচাৰ্য ভাঙ্গৰীয়াৰ লগত সীমা বিভ্ৰাট ঘটি উঠিল। তাৰ অৰিয়া-অৰি ইমানকৈ উধাইছিল যে মাণিকচন্দ্ৰ বৰুৱা আৰু হৰিবিলাস আগৰৱালা এই ডাঙ্গৰীয়াদ্বয়ে মজৰাস্থলত উপস্থিত হৈ মীমাংসা কৰিব লগাত পৰিছিল। ইত্যাদি ওপৰাপৰি জঞ্জাল উঠি আপোনা-আপুনি মাৰ যোৱাৰ পাচত নতুনকৈ সংগৃহীত বৰণিৰ ধনেৰে নামঘৰৰ বাকীখিনি কাম লাহে লাহে সমাধা কৰা হল। নাটমন্দিৰে সৈতে তেজপুৰ অ, আ, উ, সা. সভাৰ প্ৰকাণ্ড নামঘৰ জিলিকি উঠিল, মাথোন বাকী ৰৈছিলগৈ স্ব-নামকৰণেৰে সংকল্পিত অভিনয়মঞ্চ বা থিয়েটাৰ ষ্টেটি প্ৰতিষ্ঠা কৰিবলৈ। বাশয়ে প্ৰতিষ্ঠা নামঘৰ সম্পৰ্কীয় সমস্যা পাৰ হৈ গল। সেই ছেগতে তাৰ স্থিতি দৃঢ়কৈ ঠাৱৰ কৰাৰ উদ্দেশ্যে আমি তাৰ বাকী কামখিনি সোনকালে সমাধা কৰিবলৈ কাৰ্য হাতত লাইক। কিন্তু সকলো কাৰ্যৰ মূলত ধনবল লাগে, আমাৰ আগত কাম যিমান পিচত ধনবল সিমান নাই। তথাপি পুজিত যি এহেজাৰমান টকা বাদবাকী ৰৈছিল, তাৰে সৈতেই নামঘৰৰ বাৰ, দুৱাৰ আদি লগোৱা কাম শেষ কৰি উঠিছে। মাথোন এনেতে উঠিল আকৌ সংকল্পিত টেজ বা নাটৰ প্ৰতিষ্ঠা কৰা মূল প্ৰশ্ন। বিশেষকৈ যিসকল সেই মূল প্ৰশ্নৰ আদিমূলশ্বৰূপ সভাৰ সভ্য মাহি, সিসকলৰ আগ্ৰহ বৰ প্ৰবল হৈ উঠিল। তাৰ মাজত এতে ময়ে এজন। মই ভাবি চালো উলাহেই উত্থানৰ মূল; সেই উলাহ মাৰ যাবলৈ দিলে সমজুৱা- সৰুলৰ উৎসাহ চো পৰাৰ আশা। কি আনহাতে আমাৰ পূজি উলং, মাথোন পচতীয়াকৈ কাল তিনিশ আহতীয়া হৈ ৰৈছিল। অথচ এটা টেৰ পাতিবলৈ নিতান্ত পকেও হাজাৰ-