সমললৈ যাওক

পৃষ্ঠা:Mor Sowarani.djvu/১৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অষ্টাদশ সৰ্গ ১২৭ বয়সে বাই মিলন সুৰত বহুদূৰ তুমি পৰিছে মনত সিদিনাৰ কথা পোনে দুয়ে ফলি লোৱা, আৰু সিদিনাৰ সহপাঠী হই সমৰে পাঠ গোৱা। কৰিলে যেতিয়া পুৰঠ দুইৰে প্ৰাণ, দুয়ে মিলি গোৰ। জীৱন উদ্দেশ্য গান। আৰম্ভণ যেৱে মাতৃভাষা সেৱা সমান ব্ৰতৰ ভাগী; পিচ কৰি মোক সঁপিলা জীৱন স্বাৰ্থৰ জোলোঙ্গা ত্যাগি। আগুৱালা এৰি পকালা ব্ৰতৰ ফল; লৰাশিক্ষা’ তিনি আদি মাজ শেহ আৰ্জিলা পাথেয় বল। সুৱৰি উদ্দেশ্য লৰি গই মাথো ধৰিলো তোমাৰ সঙ্গ; যুটীয়া যত্নৰ ‘সাহিত্য সংগ্ৰহে জাতীয় অভাৱ ভঙ্গ। তাৰে। পাচে পু লৰিলে। সমানে সমান ব্ৰতৰ ভাৰী; মিঠাফল তাৰ এটি দুটিকৈ ফলিয়ালে দুই চাৰি। আৰু কত আশা ধৰি আগলই দুখুনী অসম ধন; কিয় অকালত সামৰিলা লীলা দিলা শোক অকথন?