সমললৈ যাওক

পৃষ্ঠা:Mor Sowarani.djvu/১২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পঞ্চদশ সৰ্গ তব শান্তি ছাত বুনি নামত আহিল ঘুমটি ঘোৰ, তেল অসমৰ মোহ টোপনিত নপৰে শান্তিৰ ওৰ। (8) (বহু ) আখাসৰ বাণী শুনালা দয়াল পুলা চাইটি তাৰ নহওঁতে শেষ, কৰো বোলা কৰা, ছিগে যে কৰ্মৰ ধাৰ। বিদায় কালৰ মিঠা সমিধান আছে আৰু দুই চাৰি; ৰাখিছা মুঠিত ৰাজদত্ত লাৰু দিয়া আহি আগবাঢ়ি। দুখিতৰ মুখে ( ) (তুমি) দয়ালু কটন ‘মহাত্মা' মহতে মানে; দুখুনী অসমে অকলে নহয় সমস্ত ভাৰতে জানে। নৱ ভাৰতৰ ৰচিলা “নব্য ভাৰত” নামৰ গৌৰৱ “কটন কলেজ” জিলিকিব অসমত। নতুন ভাৱেৰে (তুমি) আহিলা যিদিন হাঁহিলে অসমে ৰত উধাও হই; হাঁহিলে এদিন কান্দিব লাগেই সুমৰি বিদায় অ’ই। মৰম কৰমে ইহালে এদিন তোমাৰে সুনাম কই; নিয়তিৰ নীতি আচৰি এৰিলা, আমাক শোকত থই। bo