পৃষ্ঠা:Mor Jeevan Sowaran.djvu/৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

-ঘৱা জীৱন ৭১ । ডাকত দিয়াইছিল। তেতিয়া মোৰ বিদ্যাই বা কিমান, বুজিয়েই বা কিমান! তথাপি বৰবৌৱে মোক বৰটো পাতি বিদ্যাৰ ভাবি নিজৰ চিঠি কটাই-কুটাই নিৰ্দোষ কৰি লোৱা বাবে মই নিজক গৌৰৱান্বিত, বিবেচনা কৰিছিলো। কিন্তু প্ৰকৃততে মোক বিদ্যাৰ বৰপুখুৰী ভবাতকৈ আন এটা কাৰণতহে বৰবৌৱে তেনে কৰিলি। ময়েই ঘৰত সৰু লৰা; মোৰ বাহিৰে মোতকৈ না-ডাঙৰ এজনৰ হাতত তেওঁৰ সেই প্ৰেম-পত্ৰ সপি দিয়াটো তেওঁৰ পৰুে অব ছিল। বুদ্ধিৰ টেকী-ঠোৰা মই কিন্তু তেওঁৰ প্ৰথমখন চিঠি ডাকত দিতেই লগালে পেঙা। চিঠিখন চেলেঙৰ তলত তৰাই লৈ মই ডাকঘৰ পালোগৈ; কি কত সি পেলাব লাগে নানি, ডাক ঘৰৰ সন্মুখতে পৰি থকা ভগা পেৰা এটাৰ ভিতৰত দিলে ৰতে এটা মানুহ আছিল, সি ক'লে “সেইখন চিঠি ডাক যিৰমি তাত সুমাই দিলা কিয়? ডাকত এই পিনে ইয়াতহে বিশা। মোৰ ভুল বুজিব পাৰি মোৰ মুখ শুকাই গ'ল। সে পেৰাটোৰ যি সুৰুঙাই দি চিঠিখন সুমাই দিছিলো। সেই সুৰুঙাত যত দোলোমায়। মই মোৰ বিপদৰ কথা “পোষ্ট মাষ্টৰ বাৰুক কলত, তে নোৰ মূৰ ফলে অলপমান চাই থাকি দয়াপৰবশ হৈ উঠি আহি বাকটোৰ ভগা ডোৰ আৰু ভাঙি বহলাই লৈ চিঠিন উলিয়াই অনি, মোৰ হাতত দি কত দিব লাগে দেখুৱাই দিল, মই তাতে দি নিশ্চিত মনেৰে ঘৰলৈ উভতি আহিলোঁ। মই গিৰত থাকোতেই এই যৌৰ মৃত্যু হল। তেওঁ এটি লৰা থৈ গৈলি, সিও এবাৰ কি বাৰ বৰ বাত ঢুকাল। সিংগুৱাৰ নামেৰে এখন নিগ্ৰা কেউই লৈছিল। লাৰ ৰাজধানীৰ গঢ়ৰ সেইখিনিতে সিদুৱাৰ আছিল দেখি তা নিঃৰ বুলিছিল। ভাত খাই কাঠ পাও; কি না।