এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কত যে কথা
(8) A Nursury School & Social Service Centre, London | Mr. Jenny |
(9) Allerton Grange youth Centre, Community, North Leeds - Mother and Toddlers Centre | Macparson |
(10) Worsbrough Dale Nursery School Barnsley - Barnsley Manchester Seminar on Home School Liasion- Multicultural Perspective University of Manchester | Mrs. Bottomore Mrs. J. Smiths |
(11) Queen Margaret Hall, Bellshaugh Road, Glasgow G-12, Experiment in Education. Deptt of Education, I Lily Bank Gardens, University of Glasgow. | Mr. Eric Wilkinson Stralth clydle. Globan Project. |
(12) Edinbough, Castle, bridge, Queen's Drive, Palace etc. | |
(13) York to see Cattedral, Minister, lower, Treasure's house, Musium, Park etc. | Mrs. Ursula King |
(14) Mr. John Glover, Mrs. Glover and Jeromy Christofer, 4 westminister Road, Bumn bridge, Harrogate for lunch |
এই প্ৰগ্ৰেমবিলাকৰ মাজে মাজে সপ্তাহৰ শেষত Bradford ৰ ডা: কুমুদৰ ঘৰলৈ গৈ থাকি ভাত পানী খাইছিলো। তাতে আমাৰ ইয়াৰে ডা: অনুপ দাসক লগ পালো। তেৱোঁ মোক Leads ত বহুত ফুৰালে তেওঁৰ ৰঙা স্প'ৰ্টছ কাৰখনত। আৰু Indian Restaurent ত ডিনাৰ খাবলৈ যাওঁতে মহিলাসকলক, মোকো এটা ৰঙা গোলাপ ফুল দিছিল। ভাল লাগে।
লণ্ডনলৈ ২০ দিন থাকিবলৈ আহি London Brothers' Hotel ত আছিলো। Mr. Eric Dixon এ আমাৰ বৰ যত্ন লৈছিল। লণ্ডন শিক্ষানুষ্ঠানসমূহ চাই-চিতি, তিনি চাৰিদিনমান লণ্ডনৰ শ্ৰী কমল হাজৰিকা (বাপটি্ দা) আৰু শ্ৰীমতী ধীৰা হাজৰিকাৰ ঘৰত
(১৫)