পৃষ্ঠা:Kirtan Ghosha.pdf/৮৯৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


698 নাম-ঘােষ [ যে পাপ-বিপক্ষক সংহৰি হৰিৰ নামে খলখলি হাসে। সকলে সুখৰ উপৰে বসিয়া হৰিৰ নাম প্রকাশে ১৯৪ মুকুতি-সুখক বশ্য কৰি হৰি-নামে আনন্দত নাচে। পুৰুষে সহিতে সখিত কৰিয়া চলয় হৰিৰ কাছে। ১৯৫ আপুন নামৰ মহিমা দেখিয়া হৰিৰ আনন্দ চড়ে। যিটো নাম লয় হৰি তাৰ হয় ই পুনু ৰহস্য বৰে। ১৯৬ হৰি-গুণ-নাম ৰহয় হৰিৰ পাশে। হৰিৰ চৰণ হৃদয়ে ধৰিয়া কহয় মাধৱ দাসে ।| ৯৯৬ক ভাবিয়া পুৰুষে . থে ঘােষা। এ ভাৱক ভাই ওজ ভগৱন্ত ভকতিভাৱে। ভগৱন্ত ভজিয়া পৰম গতি পাৱে। ৯৯৭ পদ ॥ ভগৱন্ত নভজি চলয় যম-ঠাৱে। ভগৱ-ভকতক শমনে নধাৱে । ৯৯৮ ভগৱন্তু ভুজিয়া জনম বাহুড়ায়ে। আন যত সৱে মিছা ভক্তিৰ অভাৱে ১৯১৯ জানিয়া ভজিয়াে ভাই ভগৱন্ত পারে। এহু ৰস মাধৱ মুখমতি গাৱে৷ ১০০০ ॥ কৃষ্ণায় নমঃ।