পৃষ্ঠা:Kirtan Ghosha.pdf/৮৯২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


পদ 10 } মিলে কেৱল কৰুণা-সাগৰ। থােক নভজো কি ম িপামৰ ৯৮১ আৰে কৃপাময় দিয়ােক শৰণ। দোৰ মৰিষণ তোমাৰ চৰণ। ১৮২ ইবাৰ ঈশ্বৰ নছাড়িবা মােক। মােৰ মন মজি তােমাতে হােক। ৯৮৩ মােৰ প্ৰাণ হৰে জীৱন প্রাণ হবে। হৰি ৰে ৰাম ৰাম কৃষ্ণ হৰে ৯৮৪ কৃষ্ণ হৰি এ প্রাণ হৰি এ হৰি ৰে ৰাম ৰাম ৰাম ৰাম । ৯৮৫ গােৱিন্দ ৰে জয় কৃষ্ণ জয় ৰাম জয় ৰাম । ৯৮৬ হৰি হৰি ৰাম বান্ধৰ হৰি ৰাম ৷ ৯৮৭ হৰি হৰি এ নাৰায়ণ জয়. গােৱিন ৰাম ॥ ৯৮৮ হৰি হৰি এ নাৰায়ণ জয় গােৱিন্দ ৰাম ॥ ৯৮৯ কৃষ্ণ ৰাম গােৱিন্দ। হৰি ৰাম গােৱিন্দ জয় জয়। ৯৯০ গোৱিন্দ কৃষ্ণ ৰাম ৰাম ৰাম। গােৱিন্দ গােৱিন ৰাম ৰাম ॥৯৯১ গােৱিন্দ মাধৱ প্রাণ-বান্ধৱ ৰাম কৃষ্ণ হৰি জয়। ৯৯২ হিয়াৰ মাজে নামৰ ভাণ্ডাৰ মুখে বাজ হয়। নামে মাৰণা মাৰে পাপ-কটকৰ ক্ষয়। ৯৯৩

  • ৯১-৯৯২। (নাই।)