পৃষ্ঠা:Kirtan Ghosha.pdf/৮৯০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


৮১ যা ৯৭১] নাম- ৰাম কৃষ্ণ গােৱিন্দ ৰাম কৃষ্ণ গােৱিন্দ ৰামকৃষ্ণ গােবিন্দ হৰি বনমালী বাসুদের পদ্মনাভ জনার্দন মাধৱ মুকুন্দ মুৰি হৰি ৰাম ॥ ১৬৩ মাধৱ মধুৰ-ঘূৰতি মধুসূদন দমুজ-দমন দুখহাৰী পীতাম্বৰৰ শ্যামসুন্দৰ হৰি জয় জয় মুকুল মুৰাৰি হৰি ৰাম ॥ ১৬৪ ৰাম জয় হৰি জয় ৰাম কৃষ্ণ নাম হৰি জয় ॥৯৬৫ ৰাম কৃষ্ণ যিটো সততে সুমৰে তাৰ আৰি কাক ভয় সমন্তে ধৰ্মৰ উপৰে বসিয়া ৰাম-নাম প্রকাশয় ॥৯৬৬ ৰাম-কৃষ্ণ-নাম-কীৰ্ত্তন বিনাই কৃত্য-শেষ নকয়। ৰাম-কৃষ্ণ-নাম-কীৰ্ত্তনে কৃষ্ণৰ কৃপাৰ মন্দিৰ হয়। ৯৬৭ ৰাম-কৃষ্ণ-নাম-কীৰ্ত্তনে স্বভাৱে সংসাৰ সুখে তৰয়। বাম-কৃষ্ণ-নাম-কীৰ্ত্তনে সমস্তে বিঘিনি নাশ কৰয়। ১৬৮ ৰাম-কৃষ্ণ-নাম-সক লভিয়া মুকুতিকো নগণয়। ৰাম-কৃষ্ণ-নাম পৰম-আনন্দ-সমুদ্র মজি থাকয় । ৯৬৯ ৰাম-কৃষ্ণ নাম-কীৰ্ত্তন-প্রসাদে হৰিৰ বল্লভ হয়। ৰাম-কৃষ্ণ-নাম-কীৰ্তন কৰিয়া হৰিকো বশ্য কৰয়। ১৭০ নাম হৰি জয় বাম হৰি। গােপাল গােৱিন্দ ৰাম হৰি জয়। ১৭১ পা ৬৩। (ওপৰঞ্চি) ৰাম ফুক গােশি পৰি। ৯৬৬। (ওপৰখি) নাম কৃষ্ণ নাম-কীৰ্ত্তন প্রান্তে সংসাৰ সুখে ভয়।