পৃষ্ঠা:Kirtan Ghosha.pdf/৮৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৭০
[ ঘোষা ৯৫৯
নামঘোষা

ৰাম-কৃষ্ণ হৰি  ৰাম-কৃষ্ণ হৰি
ৰাম-কৃষ্ণ হৰি  ৰাম-কৃষ্ণ হৰি
 ৰাম কৃষ্ণ হৰি ৰাম কৃষ্ণ হৰি নাম।
ৰাম-কৃষ্ণ হৰি  মুকুন্দ মুৰাৰি মাধৱ মধুসূদন হৰি হৰি
যাৰ যদু-নন্দন।৷ ৯৫৯
ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম
ৰাম ৰাম ৰাম ৰাম ৰাম  হৰি হৰি ৰাম
ৰাম ৰাম ৰাম ৰাম ৰাম॥ ৯৬০
হৰি হৰি হৰি  হৰি হৰি হৰি
 হৰি হৰি হৰি হৰি হৰি এ
প্ৰাণবন্ধু হৰি হৰি হৰি হৰি এ
 মোৰে প্ৰাণধন হৰি এ
অনাদি অনন্ত প্ৰভু ভগৱন্ত ভজো চৰণত ধৰি এ
হৰি হৰি ভজো চৰণত ধৰি এ।
পতিত-পাৱন  প্ৰভু নাৰায়ণ
 সেৱক লৈয়ো উদ্ধাৰি
দীন-বন্ধু সেৱক লৈয়ো উদ্ধাৰি গোৱিন্দ জয় ৰাম।৷ ৯৬১
মুৰাৰি মুকুন্দ ৰাম  মুৰাৰি মুকুন্দ ৰাম
 মুৰাৰি মুকুন্দ জয় ৰাম।
সুমৰণে পাপ-ক্ষয়  মিলে মহামহোদয়,
দুখচয় গুচে শোক-ভয় হৰি ৰাম।৷ ৯৬২


পা ৯৬২।৷ (ওপৰঞ্চি) মুড়াৰী মুকুন্দ জয় ৰাম।