পৃষ্ঠা:Kirtan Ghosha.pdf/৮৮৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


বোৰা ১৬) শামছুল indes পৰমানন্দ জয় পৰমানন্দ। হৰি হৰি হৰি হৰি হৰি হৰি এ হৰি এ পৰমানন্দ জয় পৰমানন্দ ॥ ৯৩৬ কমলাকান্ত জয় কমলাকান্ত । কমল-লােচন বনমালী হৰি এ বনমালী এ। কমলাকান্তু, জয় কমলাকান্ত ॥ ১৩৭ দামােদৰ প্ৰভু দামােদৰ দেৱকী-নন্দন দীনবন্ধু হৰি এ দীনবন্ধু এ দামােৰ দেৱ দামােদৰ ॥ ১৩৮ জগত-জীৱন ৰাম যদুপতি জগত-জীৱন ৰাম হৰি হৰি জগত-জীৱন ৰাম ॥ ৯৩৯ জগত-জীৱন ৰাম যদুপতি জগত-জীৱন ৰাম হৰি হৰি জগত-জীৱন ৰাম । ১৪ • জগজীৱন ৰাম অগজীৱন ৰাম। জগতৰ সুমঙ্গল তুৱা গুণ-নাম। ৯৪১ মধুসূদন দেৱ মধুসূদন দেৱ। তুমি বিনে অগতিৰ গতি নাহি কেৱ। ৯৪২ নাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম হৰি হৰি। ৰামতে ৰমােহাে অবিৰাম ৰাম ৰাম । ৯৪৩ ৰামনাম ধৰ্ম্ম অনুপাম হৰি হৰি। পূৰে ভকতৰ মন-কাম ৰাম ৰাম ॥ ৯৪৪