পৃষ্ঠা:Kirtan Ghosha.pdf/৮৮২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


খাৰা ৯০ ] নাছিল ho মােৰে ইষ্ট দেৱ যাদৱৰায়। সেৱা কৰিবাৰ নামে উপায়। ৮৯০ গােৱিন্দ এ জয় কৃষ্ণ জগত-জীৱন ৰাম । ৮৯১ সহজানল হৰি স্বৰূপানন্দ। হৃদয়ানন্দ হৰি পৰমানন্দ ॥ ৮৯২ গােপাল গােৱিন্দ ৰাম মাধৱ । ভকতজনৰ তুমি বান্ধৱ । ৮৯৩ গােপাল গােৱিন্দ গড়-কেতু। ভকতৰ ধন জীৱন-হেতু । ৮৯৪ বাম নিৰঞ্জন নিৰাময়। জয় জগন্নাথ দয়াময় ॥ ৮৯৫ গোৱিন্দ গােৱিন্দ গােৱি ৰাম। পতিত-পাৱন তােমাৰ নাম-[ ৮৯৬ হৰি ৰাম ছিৰীৰাম। বামন পৰশুৰাম ॥ ৮৯৭ মুকুল মুৰাৰি দীন-দায়াশীল হৰি ৰাম ॥ ৮৯৮ কমল-লােচন দুখ-মােচন মুৰি ৰাম ॥ ৮৯৯ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম। বাম নাৰায়ণ ৰাম কৃষ্ণ ৰাম ॥ ৯৫০ tº val 4-6 ৮৯৭। তুমি-হলিৰাম।