পৃষ্ঠা:Kirtan Ghosha.pdf/৮৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নাম ঘোষ। [যে ১ কৃষ্ণদেৱ তুমি প্রভু দীন-দুখ-হাৰী। ভকতৰঞ্জন ভয়-ভঞ্জন মুৰাৰি ॥ ৮৮১ গােপাল গােপীনাথ গােৱিন্দ ৰাম ৰাম। গগাৱিন্দ ৰাম কৃষ্ণ গােৱিন্দ ৰাম ॥ ৮৮২ গােৱিন ৰাম গােৱিন্দ বাম। গোপাল গােৱিন্দ ৰাম ৰাম । ৮৮০ হৰি হৰি হৰি ৰাম গােৱিন্দ। মুৰি মুকুন্দ জয় ৰাম! ৮৮৪ ৰাম কৃষ্ণ হৰি ৰাম ৰাম । গােপাল গোৱিন্দ জয় ৰাম। ৮৮৫ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম। অমিয়া-মধুৰি তযু নাম ॥ ৮৮৬ ৰাম কৃষ্ণ বাম কৃষ্ণ জয়। ৰাম কৃষ্ণ দীন-দয়াময়। ৮৮৭ যাদৱ মাধৱ দীন দয়াল । দেৱকী-নন্দন ৰাম গােপাল ॥ ৮৮৮ ৰাম ৰঘুপতি পৰমানন্দ। পৰমপুৰুষ দীন-বন্ধু গােৱিন্দ। ৮৮৯ পা । -ন-ভৱম্বন। ৮। ভযু-জুনে। vr| "গোলি-গােপাল।