পৃষ্ঠা:Kirtan Ghosha.pdf/৮৮০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


মাছ > ৰম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম হৰি। বাম কৃষ্ণ বমি বমি কৃষ্ণ ৰাম ॥ ৮৭২ হৰি ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম । পতিত-পাবন হৰি গুণে অনুপাম ।। ৮৭৩ মোৰ প্ৰভু নাৰায়ণ ৰাম কৃষ্ণ নাম। কতবৎসল প্রভু গুণে অনুপাম৷ ৮৭৪ ৰামকৃষ্ণ নাৰায়ণ হৰি ৰে হে। এ ৰেহে ৰাম ৰাম ৰাম ৮৭৫ মুদ মাধৱ মুৰাৰি মধুৰিপু। জগত-জীৱন ৰাম হৰি হৰি ৷৷ ৮৭৬ নয়তি যত্নপতি জগত-জীৱন। যার মাধৱ ৰাম হৰি হৰি। পৰমপুৰ ৰাম জয় জয় । ৮৭৭ ৰাম কম কৃষ্ণ ৰাম ৰাম কৃষ্ণ। ৰাম ৰাম কৃষ্ণ নাম হৰি হৰি ॥ ৮৭৮ ৰাম ৰাম ৰাম ৰাঘৱ ৰঘুপতি এত-পালক দেৱ হৰি হৰি -তাবক দের জয় জয়। ৭১ হৰি তো হৰি হৰি হৰি তত হৰি হৰি। হৰি তাে হৰি হৰি ৰাম জয় জয় ॥ ৮৮০