পৃষ্ঠা:Kirtan Ghosha.pdf/৮৭৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


ঘোষ ৮৪] প্রার্থনা bet গোপীনাথ ইবাৰ মােকে নেড়িয়ে। ত্যু মায়া-জাল-জালি গুচায়া চৰণে শৰণ দিয়াে॥ ৮২৮ গােপাল গােপাল পালয় কৃপাময়। তুৱা পাৱে মােৰ মতিৰতি যেন নােড়য় ॥৮২৯ ৰাম ৰাঘৱ ৰঘুপতি এ তুমি দেৱ অগতিৰ গতি না হে, তুৱা পদ-কমলৰ মকৰ-ৰসে ৰতি কৰিয়া থাকোক মােৰ মতি না হে॥ ৮৩০ জয় জয় যদুপতি এ তুৱা পাৱে পশ্চিলে শৰণ না এ। ভাল কথা শুনি আছি মনে লৈলাে সাৰ বাছি তুৱা নাম পতিতপাৱন না এ॥ ৮৩১ প্রাণ-বান্ধৱ মাধৱ এ দায়াশীল দৈৱকীনন্দন না হে তুমি দেৱ দীন-বন্ধু কেৱল কৰুণাসিন্ধু কৰাে তযু চৰণে বন্দন না হে ॥ ৮৩২ মােৰ প্রাণ-বন্ধু গােৱিন্দ সেৱক কৰিয়া লৈয়ে। আন একো কাম নমাগাে তােমাৰ ভৃত্যৰ সঙ্গত থৈয়াে॥ ৮৩৩ চিদানন্দ ৰাম সদানন্দ হৰি। নিত্যানন্দ কৃষ্ণ মােক লৈয়াে দাস কৰি ॥ ৮৩৪ পা ৩২। কেৱল কৰুণাসিন্ধু-(নাই। ৮৬৩। (নাই।)