পৃষ্ঠা:Kirtan Ghosha.pdf/৮৭৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


MB না-ঘােষ [ থােষ ৮১ দীন দয়াশীল যাদৱ সেৱক লৈয়ে উদ্ধাৰি দান্তে তৃণ কৰে চৰণত ধরাে নেড়িবা মােক মুৰাৰি । ৮২১ করুণাময় কৰুণাসাগৰ কৃপাৰ কৰুণাসিন্ধু। তােমাৰ কৃপাৰ আমি নােহাে পাত্র ভুমি পুৰু দীনবন্ধু ॥ ৮২২ ৰাম কৃষ্ণ হৰি গােৱিন্দ দীন-দায়াশীল স্বামী। তােমাৰ ৰণে সহজ বাসনা শৰণ মাগােহহ আমি। ৮২৩ জয় যদুপতি যাদর তুমি অগতিৰ গতি। জান্তে তৃণ ধৰি তােমাৰ চৰণে মাগােহা সাধু-সঙ্গতি ॥ ৮২৪ ৰাম কৃষ্ণ হৰি গােৱিন্দ সেৱক ভৈঙ্গে তােমাৰে। অভয় চৰণে শৰণ পশিললা চুৰিয়াে মায়া হামাৰে৷ ৮২৫ গােৱিন্দ গােপাল গােপীনাথ। .! দয়া নছাড়িবা মােৰে। অপাৰ সংসাৰ আৰ নাহি পাৰ মজিলে এ দুখ ঘােৰে।৮২৬ হৰি হৰি হৰি এৰাম কৃষ্ণ ৰাম নাৰায়ণ নাৰায়ণ। কৰা হৰি মােৰ মায়া উপলাম নাৰায়ণ নাৰায়ণ ॥ ৮২৭ ২৭। হৰি হৰি। ফুফ নামক।