পৃষ্ঠা:Kirtan Ghosha.pdf/৮৭২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


যা ৮২} প্রার্থনা হে হৰি মােৰ মুখে নছড়ােক হৰি হৰি হৰি হৰি এ পৰ নিৰ্ম্মল তযু গুণ-নাম-যশ। কৰা কৃষ্ণ কৃপা মনত মিলােক : হৰি হৰি হৰি হৰি এ ত্যু পদ-সেৱা-পৰম-অমিয়া-ৰস। ৮১৬ জয় জয় ৰাম কৰুণা-সাগৰ এ মােকে নাৰায়ণ ইবাৰ কৰিয়ে দায়া। অভয় চৰণে শৰণ পশিশলা এ প্রভু আমােদৰ দূৰ কৰা মােৰ মায়া ৮১৭ যাদৱ যদু-নন্দন গােৱিন্দ মুকুন্দ মুবিনাশী অবিদ্যাসাগৰে মজিলাে মাধৱ উদ্ধাৰ কৰিয়ে আসি ॥ ৮১৮০ জীৱন যাদৱৰায় সেৱাহে তােমাৰ পায়। ৰাম নেৰিব নফৰদায়। তুৱা পাৱে ৰতি যিমতে কৰিবাে দিয়ােক নাথ উপায়। ৮১৯ যাদৱ জয় যদুপতি তােমাৰ চৰণে লাগে। শ্ৰৱণ-কীৰ্ত্তন নির্মল ভকতি কাকুতি কৰিয়া মাগাে ॥ ৮২০ 961 wal4YTI