এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
18
নাম-ঘােখা
[ দােষ ৭৮৩
ভকত-বৎসল প্রভু এ ভকত বন্ধু
ভকতৰঞ্জন ভয়হাৰী।
ভকতৰ নিজ গতি তুমিসে মুৰাৰি । ৭৮৩
পতিত জনৰ গতি এ জগতপতি
পতিত-পাৱৰ ভগৱন্ত।
পৰম ঈশ্বৰ দেৱ অনাদি অনন্ত ॥ ৭৮৪
তাৎপৰ্য্য
করুণাময় ৰাম কৰুণাময়।
কৰিয়াে কৃপা যেন উচিত হয়। ৭৮৫
তুমিসে ৰাম কৃপা-ৰসেৰ নিধি।
তােহ্মাৰ কৃপা বিনে নাহিকে: সিদ্ধি ॥ ৭৮৬
তােহ্মাৰ কৃপাকেসে কৰিছে। আশ ।
অৰুণ-পদ-তলে দিয়ােক বাস। ৭৮৭
সহজে তুমি ৰাম কৰুণ-সিন্ধু।
তােমাত বিনে আন নাহিকে বন্ধু । ৭৮৮
তােমাৰ কৃপা-লেশে আমাৰ গতি।
হয় মাধৱ মূৰুখ-মতি। ৭৮৯
if ৮। কনকৎসল।
৭৫। তাৎপৰ্য-নাই।)