পৃষ্ঠা:Kirtan Ghosha.pdf/৮৬৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


18 নাম-ঘােখা [ দােষ ৭৮৩ ভকত-বৎসল প্রভু এ ভকত বন্ধু ভকতৰঞ্জন ভয়হাৰী। ভকতৰ নিজ গতি তুমিসে মুৰাৰি । ৭৮৩ পতিত জনৰ গতি এ জগতপতি পতিত-পাৱৰ ভগৱন্ত। পৰম ঈশ্বৰ দেৱ অনাদি অনন্ত ॥ ৭৮৪ তাৎপৰ্য্য করুণাময় ৰাম কৰুণাময়। কৰিয়াে কৃপা যেন উচিত হয়। ৭৮৫ তুমিসে ৰাম কৃপা-ৰসেৰ নিধি। তােহ্মাৰ কৃপা বিনে নাহিকে: সিদ্ধি ॥ ৭৮৬ তােহ্মাৰ কৃপাকেসে কৰিছে। আশ । অৰুণ-পদ-তলে দিয়ােক বাস। ৭৮৭ সহজে তুমি ৰাম কৰুণ-সিন্ধু। তােমাত বিনে আন নাহিকে বন্ধু । ৭৮৮ তােমাৰ কৃপা-লেশে আমাৰ গতি। হয় মাধৱ মূৰুখ-মতি। ৭৮৯ if ৮। কনকৎসল। ৭৫। তাৎপৰ্য-নাই।)