পৃষ্ঠা:Kirtan Ghosha.pdf/৮৬৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


বােধ ৭২] b86 গােপীনাথ গােপীনাথ মােৰে কমলাকান্ত মােৰ প্ৰভু ৰাম নাৰায়ণ । অভয় মণ পাই পশিলাে শৰণ ৪ ৭৭৭ অনাদি অনন্ত হৰি এ জীৱন বন্ধু ৰামকৃষ্ণ কথা-সাগর। অনাথৰ নাথ দয়াশীল দামােদৰ । ৭৭৮ পৰমপুৰুষ হৰি এ পৰমানন্দ পৰম-কাৰণ নাৰায়ণ ভকত-ৰঞ্জন তবু অৰুণ মণ। অনন্ত অচ্যুত সদাশিৱ সনাতন। ৭৭৯ জয়তি জগত গুৰু এ গুণেৰ নিধি নিত্য নিৰঞ্জন নিৰাকাৰ তােহ্মাৰ চৰণে সাদা শৰণ আমাৰ ৷৷ ৭৮০ দৈৱকী-নন্দন প্রভু এ পৰম গুৰ দায়াশীল দেৱ নিৰঞ্জন। তযু পদ-কমলে যজোক মেৰি মন। ৭৮১ জগত জীবন যদু এ যাদবানন্দ জগত-কাৰণ যদুপতি। তুমিসে কেৱলে নিজ কত গতি। ৭৮২