পৃষ্ঠা:Kirtan Ghosha.pdf/৮৫৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


bog নাম-ধাৰা [যােবা ৭১৪ মহিলা হৰিত শৰণ লৈয়াে যিটোজন এ হৰিৰ চৰিত্ৰ শ্ৰৱণ কীৰ্ত্তন কৰে। দুৰ্ধোৰ আপাৰ সংসাৰসাগৰ এ সিটো মহাজনে আতি মহাসুখে ভৰে? ৭১৪ ৰাম কৃষ্ণ নাম কৃষ্ণ বােল ভাই এ পৰম যতনে তেজিয়াে যত অন্যায়। তোমাক মই ভাণ্ডো তুমি মােক ভাণ্ডা এ চৈধ্যয় সাক্ষীক ভাণ্ডি কোন উপায়। ৭১৫ ভাৰতবৰিষ ধন্য কলিযুগ, হৰি হৰি হৰি হৰি এ হৰি হৰি হৰি ব্ৰহ্মাৰ প্রার্থনা নৰ-তনু অনুপাম। হৰিত একান্তে শৰণ পশিয়া হৰি হৰি হৰি হৰি এ হৰি হৰি হৰি ধৰ্ম্ম-শিৰােমণি ঘুষিয়ে হৰিৰ নাম ॥ ৭১৬ লা-উপদেশ বিচাৰি দেখিয়ে পামৰ মনাই এ ইহ পৰলােকে হৰিসে সুহৃদ বন্ধু ৰাম ৰাম। মজিয়া ৰহস সুহৃদ মনাই এ হৰি-গুণ-নাম অপাৰ আনন্দ-সিন্ধু ৰাম ৰাম। ৭১৭ ১৭। সুদ—পম।