পৃষ্ঠা:Kirtan Ghosha.pdf/৮৫২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


যে ১৩) উপষে ৰাম কৃষ্ণ হৰি বুলিয়ে মুখে। হৰি-পদে মন মজায়াে সুখে। ৭০৫ ৰাম বুলি ফুৰা বাহু আছাড়ি। কপটৰ মােট পেহলাইয়ে ফাড়ি। ৭৬ ভজ ভগৱন্ত ভকতি-ভাৱে। নাম লৈয়া গতি পতিতে পারে। ৭০৭ ৰাম-নামখানি ফুৰিয়াে গায়। কি কৰিবে পাৰে হৰিৰ মায়া ৭৮ ৰাম-নামখানি লৈয়ােক ডাটি। হেলায়ে মাৰিয়াে যমৰ ঘাটি। ৭৯ মুখে ৰাম-নাম গাৱ। মায়াৰ বাৰু মাৰিয়া যাৱ ॥ ৭১ বাম-কৃষ্ণ-নাম জপ সম্বনে। হৰিৰ চৰণ নেড়িবা মনে। ৭১১ বাম কৃষ্ণ ৰাম কৃষ্ণ বােলা। আনা-সমুদ্র মন ভােলা । ৭১২ ৰাম কৃষ্ণ হৰি বুলিয়াে ঝান্টে। মিলিবে মৰণ হাটে কি বাটে।৭১৩ পা | বান্ধু-বারা।