পৃষ্ঠা:Kirtan Ghosha.pdf/৮৪৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


mo শৰয় কৃষ্ণ নিগদতি অর্জুনত দেহাদিক আমি অতিক্রমি হৈয়া আছছা শুদ্ধ ব্ৰহ্মততা কৰি উত্তম। এতেকেসে জানা ইটো লােকে বেঁদতে প্রখ্যাত হুয়া আছে মােৰ নাম ইটো প্রসিদ্ধ পুৰুষােম ৬৭৬ আপুন নামক বহুতৰ কৰি নিজ সর্ব শক্তি দিয়া কালৰ নিয়ম নিবিহিলা স্মৰণত। এতাদৃশী তৱ কৃপা হৰি মােহােৰ দুর্দৈৱ দেখা কিনে অনুৰাগ প্ৰভু নভৈল তযু নামত। ৬৭৭ ৬৭৬। যং, কীভােংহমঙ্গবাদপি চোমঃ। অতোমি লােকে ৱেদে চু প্রথিতঃ পুরুষােম। --ভগৱদগীতা ১৫.১৮ ৬৭৭। নামকাৰি বহু নিজসৱ শক্তি পিতা নিয়মিত স্মৰণে ন কাল। এতাদৃশী হৱ কৃপা ভগৱন্মমৈ দুৱৈমীশমিহাজনি নানুগ। (পদ্যৱলী } পা* ৬৭। খে—নাই।