এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ঘোষা ৬৭৭]
৮২৭
খেদ
নামৰ অন্বয়
কৃষ্ণ নিগদতি অর্জ্জুনত দেহাদিক আমি অতিক্রমি
হৈয়া আছো শুদ্ধ ব্ৰহ্মতো কৰি উত্তম।
এতেকেসে জানা ইটো লােকে বেদতো প্রখ্যাত হুয়া আছে
মােৰ নাম ইটো প্রসিদ্ধ পুৰুষােত্তম ৷৷৬৭৬
খেদ
আপুন নামক বহুতৰ কৰি নিজ সর্ব্ব শক্তি দিয়া
কালৰ নিয়ম নিবিহিলা স্মৰণত।
এতাদৃশী তৱ কৃপা হৰি মােহােৰ দুর্দ্দৈৱ দেখা কিনো
অনুৰাগ প্ৰভু নভৈল তযু নামত।৷ ৬৭৭
৬৭৬।৷ যস্মাৎ, ক্ষৰমতীভােহহমক্ষৰাদপি চোত্তমঃ।
অতোহস্মি লােকে ৱেদে চ প্রথিতঃ পুৰুষােত্তমঃ॥
—ভগৱদগীতা ১৫,১৮
৬৭৭।৷ নায়ামকাৰি বহুধা নিজসৰ্ৱশক্তি
স্তত্ৰ্য়াৰ্পিতা নিয়মিতঃ স্মৰণে ন কালঃ।
এতাদৃশী তৱ কৃপা ভগৱন্মমৈৱ
দুৰ্দৈৱমীদৃশমিহাজনি নানুৰাগঃ॥
(পদ্যাৱলী )
পা* ৬৭৭।৷ খেদ—(নাই।)