পৃষ্ঠা:Kirtan Ghosha.pdf/৮৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ঘােৰা ৬৩৪ ] নিন্দা বৃদ্ধসৱে জানা বিষয়ক ভােগ কৰিবাক নপায় ভক্তি-হীন বৃদ্ধে তেজিতে সামর্থ নয়। দশনবিহীন কুত্তা যেন হাড় চোবাইবাক নপিৰয় জিহ্বা লড়বড় কৰি মাৰ চেলেকয়।। ৬৩২ বৈষ্ণৱ-নিক সূচকক বিষ্ঠা সুটা গ্রাম্য শূকৰক বিধাতায়ে দুইকো লিন্ত দায়াতৰে। সূচকে জানিবা নিকৰে সাধুসকলক শুদ্ধি কৰে যিমতে গ্ৰামক শূকৰে শশাধন কৰে ৷৷ ৬৩৩ মৃগ মীন মহাসাধু নৰে মনৰ সন্তোষে তৃণ-জলে হিংসা-শূন্য হুয়া থাকয় জীৱন ধৰি । তথাপিতাে ইটো ত্ৰিতয়ৰ কৈৱৰ্ত্ত পিশুন ব্যাধৱে ইটো জগতত তিনি অকাৰণ বৈৰী ॥ ৬৩৪ ৬৩৭। নাপি ভােক্তন চ ত্যক্তং শঙ্গেতি বিষয়া ৰী। অস্থি নির্দশনঃ খে জিহক লেঢ়ি কেৱল ৷৷ দুচকঃ শুকৰশ্চৈঃ বাৱেতো ৱিধিনির্মিতো। লুচকঃ শুতি সাধু আমঞ্চ শুকৰে যথা। ৬৩৪। মৃগমীনমসাধুনাং তৃণঅলসন্তোষৱিহিতবৃত্তীয়াং। সুৰুকৈৱতপিনাঃ অকাৰণবৈৰিণ গতি। শাৰী-পুৰাণ, ৩৫৩৭ পা ৩৩। কমিক, লুৱা। ৩। পিন, কু।