পৃষ্ঠা:Kirtan Ghosha.pdf/৮৩০

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


থােৰা ২৮ নিন্দা ৮১১ হেনয় শঙ্কৰ গুৰু বিনে কমন কাৰণে আন জমে লােকৰ মাজত আপুনি গুৰু বােলাৱে । ৬২৫ বিষ্ণুৰ সহস্রনাম সদা আন্তো জিহ্বায়ে তাক এড়ি সদায় বিৰােধবচন মাত্র টয়। বুদ্ধি বিষ্ণু-তত্ত্ব পৰিহৰি অসন্ত বস্তুত ৰতি কৰি যেন বেশ্যা জাৰ-পতিত মাত্র ৰময় । ৬২৬ সমস্তৰে আদি নৰ উদ্যম কোটিয়াে পায় পু কোনাে ভাগ্যোদয়ে পায় নাৱ দৃঢ় আতি। গুৰু ভৈলা তাত কর্ণধাৰ কৃষ্ণে ভৈলা অনুকূল বায়ু তথাপি সংসাৰ নতৰয় আত্মঘাতী ॥ ৬২৭ মাধৱে বােলন্ত শ্রুতি স্মৃতি মােৰ আজ্ঞা-বাণী জামা নিষ্ঠি যিটোজনে আকে উলম্বিয়া প্ৰৱৰ্ত্তয়। ভৈল সিটো মােৰ আজ্ঞা-ছেদী মােক দ্বেষ কৰিলেক আতি মােৰ ভক্ত হতো বৈষ্ণৱ সিটো নােহয় ৷৷ ৬২৮ ৬২৬। তিষ্ঠতি ৱিকোনাসসহল জিহা শটতি মিশ্র। প্রায়ো বুন্ধিৰসদাসক্তা কুলটা জাপভাৱৰা। ২। নৃহেমাঙ্কং সুলভং লজ প্লৱৎ প্রকল্পং গুরুকর্ণধা। মাসুকূলেন সততৰিত পুমা ভৱাৰূিঃ ন তৰেৎ স আত্মা। গৱত-পুৰাণ ১১২১৭ ৬২৮ তিতী মমৈৱাঙ্কে যক্ষ্য প্রৱঙতে। জান্নাতে মম যেখী মক্কোহলি ন ৱৈকন্তু। বৃহমন-পুৰাণ ২৮। হন্তা-হেডে।