পৃষ্ঠা:Kirtan Ghosha.pdf/৮২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

-মাখা [ গোৰা ৬১ মোতেসে কেৱলে দিয়া চিত্ত মোতে মাত্ৰ প্ৰাণ অপি নিত অন্যেঅন্যে মিলি মোকেসে বোধ কৰাৱে। মোক মাত্ৰ কহে সৰ্বক্ষণে পৰম সন্তোষ প্ৰতি মনে আনসাগৰে মজি ৰহে প্ৰেমভাৱে॥ ৬১৬ হস্যক জানে যিটো লোক সততে কীৰ্তন কৰে মোক ধৰি দৃঢ় ব্ৰত কৰি যত্ন বিপৰীত। মোৰ সৰ্বোত্তম দুই পাৱে কৰে নমস্কাৰ ভক্তিভাৱে তাৰ মোৰ এড়া-এড়ি নাহি কদাচিত॥ ৬১৭ মাধৱে কহস্ত অৰ্জুনত শুনা ইটো পৰমাৰ্থ-তত্ত্ব ভকতেসে মোৰ মহিমা জানে নিঃশেষ। তত্ত্বৰূপে সখি আনি মোক তৰিবা দুৰ্দোৰ দুখ-শোক অন্তকালে গৈয়া আমাত হোৱে প্ৰৱেশ। ৬১৮ কৃষ্ণ নিগতি সব্যসাচী পৰমাৰ্থ-তত্ত্ব লৱা বাছি সুদৃঢ় বিশ্বাসে শৰণ লৈয়ো আমাত। ৬১৬। অচ্চিা মনপ্ৰাণ ৰোধয় পৰম্পৰ। কান্ত মা নিত্যং তুষ্যন্তি চ মক্তি। ভগৱদগীতা ১৯ ৬১৭। সততং কীত ৰক্তে মাং যতঙ্ক দৃঢ়তাঃ। নমৰু মাং জন্য নিযুক্ত উপাস। ভগৱদগীত ৯.১৪ ১৮। জ্যা মামভিজানাজি বাৱা চান্মি তত। তো যায় তো জা ৱিশতে তদন। পৰূগীতা ১৮.৫৫