পৃষ্ঠা:Kirtan Ghosha.pdf/৮২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

যা ৬১৫ ] মহিমাযুক্ত উপদেশ ভগৱন্ত দেৰ নিগতি শুনিয়াে অর্জুন মহামতি তােমাত কহঞে। পম ইটো ৰহস্য। ঐশ্বর্য বিভূতি বলে সমে জানে যিটো মােক নৰােৰমে সিও ভৈল মােৰ তাৰ তৈলাে মঞি বশ্য ৬১৩ অসম্মুঢ়ভাৱে যিটোজনে উত্তম পুৰুষ মােক মানে তাকে সৰ্ব্ববেত্তা বুলিয় সখি অর্জুন। সিটো সমস্তকে পৰিহৰি কায় বাক্য মনে যত্ন কৰি ভয় আমাক পুৰুষ সিটো নিপুণ। ৬১৪ মােতে হন্তে হােৱে চৰা মােতেসে প্ৰৱৰ্তে নিৰন্তৰ ইহাক অৰ্জ্জুন জানে যিটো মহাজন। পৰম বিৱেকী সিটোজন মােৰ ভাৱে হুয়া যুক্তমন মােকে মাত্র ভজে শ্ৰৱণ কৰি কীৰ্ত্তন ॥ ৬১৫ ৬১৩া ম্যাসক্তমনা পার্থ যােগ যুঞ্জন্মদায়ঃ। অসংশয়ং সমগ্র মাং যথা জ্ঞাদি তপু। -ভগৱদগীতা ৭১ সমগ্রং বিভূতিবলৈখাদিসহিত। --সুযযাধিনী-টীকা ৬১৪। যাে মামেৱমসমূঢ়ো জানাতি পুরুষােত্তম। স সৱ ৱিজাত মাংস ভাৱে ভাৰত। —গৱদগীতা ১৫১৯ অহং সন্য প্রতৱো মও: সৱ প্ৰৱততে। ইতি মক্কা গুন্তে মাং বুখা স্থাৱসমন্বিতা। ভগৱগীতা ১০৮ ৬১৪। মানে জানে।