পৃষ্ঠা:Kirtan Ghosha.pdf/৮২৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


নাম-ধোয়া [ থোষা ১১, আহ্মাৰ নিৰ্মল ভকতিত দুৰাচাৰে। তবে কোন চিত্ৰ আহ্মাক ভজিয়া চণ্ডালো তৰে সংসাৰ। শ্ৰী শূদ্ৰ বৈশ্য আদি যত বিষয়ত মাত্ৰ সঙ্গা ৰত মোক ভজি সুখে ইসৱো হোৱে উদ্ধাৰ॥ ৬১০ ব্ৰাহ্মণ ক্ষত্ৰিয় পুণ্য-তঃ মোক ভাজ তৰিবেক পুৰু অতি অদভুত নাহিকে কোনো সংশয়। ৰাজ-ঋষিত আছা পায়। অনিত্য অসুখ লোক জানি আতি শীঘ্ৰে মোক ও সখি ধন ( ৬১১ মোতে মাত্ৰ সদা দিয়া মন মোৰ ভক্ত হোৱা সৰ্বক্ষণ মোকে পূজা মোকে মাত্ৰ কৰা নমস্কাৰ। কহিলো তোমত সত্য বাণী পাইবা সুখে মোক মহামানী তুমি প্ৰিয়তম সুহৃদ সখি আহ্মাৰ॥ -১ ১। মাং হি পাৰ্থ পাশ্ৰিতা যেপি ঃ পাপৰ্যোয়। ব্ৰিয়ে বৈশ্যথা শাহেপি যান্তি পবং গতি। —ভগৱদগী ৯ ৩২ স্বাচষ্টং মস্তি; প িীকৰেতীতি কিমত্ৰ চিং। সুবোধিনী-ঢাকা ৬১১। কি পুনব্ৰহ্মশঃ পুণ্যা উক্ত খাজৰয়খা। অনিত্যমসুখং লেকমিম প্ৰাপ্য ভ মাম্। --ভগৱদগীত ৯ ৩ অন্তমিমং বাজৰ্ষিৰূপং ৬।প্য বন্ধু মাং ভক্ত। —সুধিনী-টীকা ৬৯। মঘনা ভৱ মতো মদ্যজী মাং নমন্ধু। মামেনুষ্যসি যুক্তৱম।ঝাল মংপৰায়ণ। ভগৱৰ্গীত ৯ ৩০ কেনো--কোন, কৈলো। স। ৬১২