পৃষ্ঠা:Kirtan Ghosha.pdf/৮২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ঘােৰা ] মহিমা ধুক্ত উপদেশ মাধৱে বােল ধনঞ্জয় মহা দুৰাচাৰৰ আতিশয় আন দেৱ তেজি মােকেসে মাত্র ভয়। তাকেসে পৰম সাধু বুলি মানি মনত সর্বক্ষণে যিহেতু সমাকে কৰিলে মােক নিছয় ॥ ৬৭ ভক্তিৰ মহিমা বিপৰীত অধর্ম তেজিয়া ধৰ্ম্ম-চিত হােৱে শীঘ্ৰে মােক ভজি জানা কুন্তী-সুত। আক যি কুতর্কী নানয় তথা গৈয়া বায়াে বাগচয় বাহু মেলি কৰা অঙ্গীকাৰ অদভুত। ৬৮ মােহােৰ পৰম ঈশ্বৰৰ দুৰাচাৰ ভক্তো মুহি নষ্ট কিন্তু সিটো ভক্ত কৃতার্থ আতি হােৱয়। তােহ্মাৰ প্ৰগ প্রৌঢ়ি শুনি সমস্তে কুতর্ক পৰিহৰি ওহে তােহ্মাক কৰিবে সৱে আশ্রয় ॥ ৬০৯ ৬৭। অপি চেং সুৰাচাৰৰ ভজতে মাখন। সাধুৰেন্ধ সশস্ত্যঃ সমগৱৱসিতে হি সঃ। -শৱদলী ৯৩ ৬০। বিং তৱতি ধর্ষাক্স শক্তি নিগচ্ছতি। কোৱে প্ৰতিজানীহি ৭ মে ভক প্রশস্তি। —গুগৱদগীত ৯.৩১ • কুতর্কশাফিনা নৈতম্মতেগিছি শঙ্কাকুশমন ভােসাগতি—হে কৌন্ধে, পটকাহলিমহাষােৰপুৱক বিবদমানানা সং গা মুৎক্ষিপ নিঃশঙ্কং প্রতি জানীহি।••••••ন প্রণতি’ অপি তু কৃতার্থ এ ভৱতীতি, ততক্ষতে তৎঘাঁদিৱিাৎ বিধ্বংসিতকুতকার সঙ্গে নিঃসংশয়ং দ্যাশেৱ গুৰুৱৈায়ে। ধষবামী, (গীত) সুবাধিনী চাকা ৯.৩১ পা • নিম্ন-মায়। ৬। বাগােৰাওঁ, যায়।