পৃষ্ঠা:Kirtan Ghosha.pdf/৮২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

bo মহিমাযুক্ত উপদেশ মহন্তসৱৰ সৰু লৈয়া হতি একান্তে চিত্ত দিয়া পৰম আনন্দে গাৱে হৰি-গুণ-নাম। সহজে দয়ালু দেৱ হৰি লৈ আপুনাৰ দাস কৰি হৰি-দাস ভৈলে হৈবা ভাই পূর্ণকাম। ৬০১ মহিমা-যুক্ত উপদেশ ব্যাস নিগদতি সুমতি শুনিয়ে আনন্দে কর্ণ পাতি দেওঁ উপদেশ উৰ্দ্ধ বাহু উচ কৰি। এহিমানে মাত্র মহামন্ত্র সংসাৰ-দুৰ্ঘোৰ-বিষহাৰী নমাে নাৰায়ণ বুলিয়ােক মুখ ভৰি। ৬০২ সকলে নিগমে কল্পতৰু তাৰ ফল মহাভাগৱত শুক-মুখে আসি ভূমিত ভৈলা বিদিত। ৰসত চতুৰ যিটোজন কৃষ্ণৰ চৰণে দিয়া মন পৰম সন্তোষে পিয়ােক ফল-অমৃত ৪ ৬০৩ ৬২। নাৰায়ণায় নম ইত্যমে সত্য? সংসাৰখােৰসিংহৰশায় মঃ। শখ লুঙ্কতময় মুদি সমাগম উচ্চৈস্তুৰামুপদিশাম্যমুবাহুঃ । ৩। নিগমকল্পবের্গলিতং ফলৎ প্রমুখমৃতৱসং যু। পিত ভাগৱত ৰসমালয়ং মুহুৰহে ৰসিকা ভুৱি ভাৰুকাঃ। —গাগৱত-পুৰাণ ১১৩ ৪১। (নাই)। ৬২। বুলিয়ােক মুখ ভৰি।--- লৈয়াে দাস কৰি।