পৃষ্ঠা:Kirtan Ghosha.pdf/৮২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নামঘোৰা [োখা ৫৯ ছবি অবিৰক্ত ভকতৰ বেদ লবািক দোষ জানিবাহা ইহাক নিশ্চয়। পৰম বিৰক্ত যিটো তাৰ একো নাহিকে নিৰ্ণয়॥ ৫৯৮ লেছাৰি ভাৱত কৃষ্ণৰ ভক্ত নৰে ভক্তি-অবিৰোধী কৰ্ম্ম কৰে কৃষ্ণৰ কথাত ৰতি যাৱে নুপুজয়। যেৱে ভৈল কৃষ্ণ-কথাৰত নিত্য নৈমিত্তিক আদি যত কথাৰ বিৰোধী জানিয়া সৱে তেজয়। ৯৯৯ সময়ে তপকে আচৰোক পৰোক পৰ্বতে উঠি যত তীৰ্থত প্ৰমোক পঢ়োক বেদ-নিচয়। যজোক সমস্তে যজ্ঞচয় যোগ জানোক সময় হৰি বিনে কদাচিতে মৃত্যু নতৰয়। ৬০০ ৪৯৯ তাৱৎ কৰ্মাৰি কুৱীত ন নিৱিষ্যত বাৱা। কথাশ্ৰৱণাদে বা শ্ৰদ্ধা যাৱল্প জায়তে। —ভাগৱত-পুৰাণ, ১১,২৩৯ ৬। তপন্তু তালৈ প্ৰপন্তু পৱতাদটক খালি পঠ চাগমা। জয় যাগৈৰিদৰিং ৱিনা নৈৱ সৃতি তৰক্তি। --শ্ৰীধৰস্বামী, ভাগৱাৱালীপিকা ১৭২৭