পৃষ্ঠা:Kirtan Ghosha.pdf/৮১১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


শER নোবা [গে ২ কৰ্ণাঞ্জলি পিয়া হৰি-চৰিঅমৃত। হৰিৰ নিকট পায়ে হেৰে কৃতকৃত্য। ৫২৭ মাধৱৰ নাম-গুণ কীৰ্তন কৰিয়া। হৰিক পায় মুখে মায়াক তৰিয়া। ৫২৮ হৰি-গুণ-কীৰ্ত্তনত নাহি একো নি। শুনন্তে অমৃত সুৱে ৰামকৃষ্ণ-বাণী।.৫২৯ যাৰ মুখে বাম-বাণী আসে সৰসৰি। জানিবা নিশ্চয় তাত বশ ভৈঙ্গ হৰি। ৫৩০ হৰি যাৰ বশ্য ভৈল তাৰ কিবা ৰৈল। হৰিৰ কৃপাৰ পাত্ৰ সিসিজন ভৈল। ৫৩১ ৰাম কৃষ্ণ-নামৰ কল্লোলৰোল শুনি। বেঙ্কামুৱা যমদূত পলাৱে আপুনি। ৫৩২ প্ৰাৰ্থনা হে প্ৰাণ-বন্ধু কৃষ্ণ কৃপাৰ ঠাকুন। অণু এক কৰা দায়া মায়া হোক দূৰ। ৫৩৩ জয় জয় কৃপাময় দেৱ বহুপতি। তোমাৰ চৰণে মাগো অমূল্য ভকতি। ৫৩৪ ২৭। পিচ্চি যে ভগৱত আত্মনঃ সত্য কথামৃত প্ৰৱণপুটে সস্তুত। পুনক্তি তে বিষয়ৱিৰিগাশয়ং ব্ৰজন্তি চৰণৰোৰুহাস্তিক। যে পতাৱনে গীত্ব কৰোমানি গলা ভাৱন যোং গোৱিন্দ ফ্ৰীতে নাৰ নাখা। ৫২t পা ২৭। মাগাক---ঋতুক। 498 অলস।