পৃষ্ঠা:Kirtan Ghosha.pdf/৮০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ঘােখা ৫৭ ] মহিলা হৰি ভজি হৰি-নাম নগৰে সাক্ষাত। আপুনাক আপুনি কৰিল আত্মঘাত। ৪৯৯ ব্ৰহ্মাৰ প্ৰাৰ্থনী ইটো নৰ-ত পায়। নভজিলে হৰিক বঞ্চিলে বিষ্ণুমায়া ॥ ৫০০ একান্ত শৰণে যিটো নভজিলে হৰি। দুৰ্ঘোৰ যাতনা ভুঞ্জিবেক মৰি মৰি ॥ ৫০১ হৰিপ-সে সর্ব শাস্ত্ৰৰ নিৰ্ণয়। মূঢ়মতি মনুষ্যে ইহাক নানয়॥ ৫২ হৰিকো প্রকাশ কৰে ৰামকৃষ্ণ-নামে। তেন নাম নলৈয়া মৰস কোন কামে। ৫৩ মহিমা ৰাম-কৃষ্ণ-হৰিনাম মুখে থাকে যাৰ । সেহিলে হৰিৰ প্রিয় হৰি ভৈলা ভাৰ। ৫০৪ ৰাম কৃষ্ণ হৰি যিটো সততে বােলয়। সিটো মহাজনে মুকুতিকো নগণয় ॥ ৫০৫ মাম-কৃষ্ণনাম ভকতৰ মহাধন। সদা নাম লৱয় আনন্দ কৰি মন ॥ ৫০৬ অনন্ত নাৰদ এক সনতকুমাৰ। তাৰ পাৰে হৰি-যশ জানি যােগসাৰ ॥ ৫৭ • যেতনিপি চলাে গভিং প্রগল্প জ্ঞান বিষয় সাধন ক। নাৰাবৰং গুগৱতো ৱিতৰমুখ্য সম্মােহিত ভিন্ন ৰত মায়াতে। =াগপুৰী, ৩১৫২