পৃষ্ঠা:Kirtan Ghosha.pdf/৮০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

যােবা ৪৮৯] নিন্দা ৰাম কৃষ্ণ সুবুলি তৰিবা কিসে সমে। নাম-নাম নলৈশে ধৰিয়া নিবে যমে। ৪৮১ গাৰাে ভােট যনে হৰিৰ নাম লয় । হেনয় নামক কেনে সনে নিলয় * ৪৮২ হৰি-নামে কৰে অন্ত্য জাতিকে মুকুত । সজনে নামক নিচ্ছে কিনাে অদভুত ॥ ৪৮৩ মহাপাপী তৰে হৰি-নাম কীর্তনে। হেন নাম নলৈয়া সজ্জন ভৈল কেনে॥ ৪৮৪ দুখময় ক্ষুদ্র বিষয়ক আশা কৰি। একান্তে নভজে পূৰ্ণানন্দ মহা হৰি '৪৮৫ আপুনি নলৱে নাম আনকো নিলয় । কোটি জনমকো লাগি দুৰ্ঘোৰ সঞ্চয়। ৪৮৬ হৰি-নামে কৰে সংসাৰৰ বন্ধ ছেদ । হেন নামে নাহি ইহা কিনো ভৈল খেদ ॥ ৪৮৭ ৰাম-কৃষ্ণ-হৰিনাম নিগম-নিগূঢ়। সদা সুমৰে কেনে পাপমতি মূঢ় ॥ ৪৮৮ হৰি-পদ-সেৱা-সুখ ভকতে জানয় । আনজনে আৰ গন্ধমাত্ৰেী মপায় # ৪৮৯ প। (এই ঘোৰাৰ পিছত হৰিকো প্রকাশ করে নামি-আম। হেন নাম লৈয়া নয় কোন কাম । । লাল-লয়ে।