পৃষ্ঠা:Kirtan Ghosha.pdf/৮০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

খোবা ৪৩১ উপদেশ ভজিয়ো হৰিক যাত চেতন আছিয়। তেৱেসে এড়াইব সুখে সংসাৰৰ ভয়। ৪২৭ ৰাম কৃষ্ণ ভাবিয়ো মিলোক মহাভাগ। ৰাম কৃষ্ণ ভাবিতে কৃষ্ণক পাইব লাগ॥ ৪২৮ হৰিৰ নামত ভাই নেৰিয়ো ভাৰসা। সকল ভকতি হৰি-নাম মাজে বাসা। ৪২৯ সন্ত-উপদেশে হৰি-চৰণে ভজিয়ে। হৰি-নাম নিমল আনন্দে মজিয়ো॥ ৪৩০ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰামকৃষ্ণ ৰাম। জনম সাফ হৌক জপা অবিশ্ৰাম। ৪৩১ মাধৱৰ ৰাঙ্গা দুই চৰণে ধৰিয়া। ৰাম-নাম-ৰস পিয়ো আঞ্জলি ভৰিয়া॥ ৪৩২ গুণময় সাধ্য-সাধনক পৰিহৰি। কৃষ্ণকথা-ৰস পিয়ো কৰ্ণালি ভৰি। ৪৩৩ যত জীৱ-ৰাশি ফুৰে কুশলক চাই। হৰিনাম বিনে তাৰ মহালাভ নাই। ৪৩৪ ৫৩৪। নহত পৰমে কাজে দেখিলাং জামাতামহ। যতো ৱিশত পৰম শখি মতি সংস্থতি। ভাগ-পুৰাণ,১১৫৩ প” ৪২৭। জিয়ো–ভাবিয়ে ২৯। ভকৰি। 2981 মহালকািন লাভ।