পৃষ্ঠা:Kirtan Ghosha.pdf/৭৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ঘে ৪৩ ] যুগ-ধৰ্ম্ম-নিৰ্ণয়। যেন কুলবধূ কলিত হৰিৰ কীৰ্ত্তন এৰিয়া অন্যত্র ধর্ম আচৰে। মিছাত কেৱল শ্রম মাত্র পাৰে একোৱে ফ নধৰে। ৪০০ কলিত হৰিৰ কীৰ্ত্তন এৰিয়া আনমতে চাহে গতি। নিজ স্বামী তেজি ভজে গৈয়া উপপতি। ৪০১ সংসাৰ তৰিতে ইছা আছে যাৰ কৰিয়াে হৰি কীৰ্ত্তন। পৰম নির্মল গতি পাইবা সুখে ছিণ্ডিয়া কৰ্ম্ম-বন্ধন ॥ ৪২ সকল নিগম কল্পতৰু তাৰ ফল মহাভাগৱই । সেহি ফলস হৰিগুণ যশ পিয়ােক সাধু-সঙ্গত ৪ ৪০৩ ৪। হৰে কীৰ্তনমুৎসুজা ধমৰেং কলো। ন কিঞ্চিৎ ফলমগাহি শ্রম এর হি কেরম্। ৪১। ৱিহায় কীর্তনং বিষ্ণোৰথা গতিমিতি। কুলস্ত্রীঃ স্বপতিং ত্যক্ত। ৰং জতি ৱৈ যথা। ৪৩। শ্রীমদ্ভাগৱতং শাক্স ফেৰোফলং। তসং ভগৱলীলাং পিৱত সাধুসতো। --তুক ভাগৱত-পুশ ১.১.৩ প’ ••। এশিয়া---বিনাই।