পৃষ্ঠা:Kirtan Ghosha.pdf/৭৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

1994 যে ৩৯৫] পৰম নিৰ্মল ধৰ্ম হৰি-যশ জগত-পাৱনকাৰী। তাভেসে আপুন যশত সন্তোষ ঈশ্বৰ প্ৰভু মুৰাৰি॥ ৩৯২ ঈশ্বৰ কৃষ্ণৰ কৰ পুৰুষলক্ষণ শুনিয়োক মহা- পুষলক্ষণ সাৰ। ত্ৰিগম্ভীৰ সপ্ত ৰক্ত পঞ্চ দীৰ্ঘ উন্নত ছয় প্ৰকাৰ। ৩৯৩ গমন গম্ভীৰ বচন গম্ভীৰ গম্ভীৰ নাভি-কমল। এহি ত্ৰিগম্ভীৰ- মিলয় মহামঙ্গল। ৩৯৪ অণ নয়ন নখ-ৰেখায় অৰুণ কৃষ্ণ স্মৰণে দুখ-তৰণ। ৩৯৫ ৩৯। ক লিগঞ্জীৰ সৰ পৰীৰ যড়ত। ক গেৱে চক্ষ সল্প ব্ৰ মল। পা ৩৯৫। অসুখ।