পৃষ্ঠা:Kirtan Ghosha.pdf/৭৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নামঘৰা যােহা ৩৮ কলিত হৰি কীৰ্ত্তনতে সুখে সর্ব পুৰুষাৰ্থ পাই। হৰিৰ কীৰ্ত্তন বিয়ে কলিত আন মহালাভ নাই॥ ৩৮৮ কলিৰ মলত মজিলল গােৱিন্দ গতি মােৰ নাহি আন। তোহ্মাৰ নামক কৰিলে আশ্রয় জানিয়া ধর্ম প্রধান ॥ ৩৮৯ হৰবাৰ চৈতন্য-আদিত্য হৃদয়-আকাশে সর্বদায়ে প্রকায়। উদয়াস্ত নাহি সন্ধ্যা উপাসনা কৰিবাে কোন সময়। ৩৯০ যিহেতু গােৱিন্দ নিজ-যশ-প্রিয় ভকত-বৎসল হৰি। সিহেতু সদায় নাম-গুণ শুনি থাক আনন্দ কৰি ৩৯১ ৩৬। সংকীর্তনেনৈৱ সৱৰ্ধোইলিভতে। এক পৰমােলাতো দেহিনাং ভ্রাম্যতামি। ভাগৱত পুৰাণ, ১১.৫৩৬৭ ৩৯। লিলিতােফাকাশে সা ভাতি মিৰম্ভ। উদরামলো ন ত কথং সামুপাৰে।