পৃষ্ঠা:Kirtan Ghosha.pdf/৭৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ঘে ৩৭} কলিং-নিৰ্ণয় পৰম নিৰ্ণীত সমস্ত শাস্ত্ৰ হৰি-গুণ-নাম মাত্ৰ। কলিৰ পৰম মলিন মনুষে সি ধৰ্ম্মৰৰ ভৈল পাত্ৰ। ৩৮৩ কলিৰ লোকক পৰম কৃপালু কৃষ্ণে কৰিল দায়। মোৰ নাম-গুণ গায়া মহামুখে তোক দুৰ্ঘোৰ মায়া। ৩৮৪ কলিৰ মনুষ্য ভৈল ধৰ্ম্ম-হীন পাপ-সাগৰত মজি। হেন পাপীসৱো কৃষ্ণ-গুণ গায়া তৰয় কৃষ্ণ ভজি॥ ৩৮৫ কলিৰ লোকৰ যি ভাগ্য মিলিল কহিয়া অন্ত নপায়। নিৰন্তৰে লোক নাৰায়ণ-প হৈবে হৰি-গুণ গাই॥ ৩৮৬ মাজত দুৰ্লভ জানা নাৰায়ণপৰ। কলিযুগে হেন নাৰায়ণ-পৰ হৈবে পোৰু নিৰন্তৰ॥ ৩৮৭ মুকুত কোটি ৮৪। অচিন্ত্য কীৰ্তিং সুগাং বিদ্য্য মূসা (?),কৌ। মো নৰিীতগং পদমীম।