পৃষ্ঠা:Kirtan Ghosha.pdf/৭৮৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


নামবোৰ [যোৰা ৩৬২ দৈৱকীনন্দন ৰাম নাৰায়ণ জগত-কাৰণ ৰাম। সদেয়-শিবে- মণি নাৰায়ণ সমস্তে সুখবে বাম। ৩৬২ নিৰাকাৰ নিৰা- ময় নৰোত্তম নাৰায়ণ নিৰঞ্জন। মুকুন্দ মুবি ভয়-ভয়হাৰী ভকত-জনৰঞ্জন। ৩৬৩ মাধৱৰ নাম বৎস-প্ৰায় ভৈল ভক্তে তাঙ্ক লৈয়া যায়। হৰি ধেনু যেন তাৰ পাছে পাছে ধান্ত। ৩৬৪ খ্ৰংলা তাৰসৱে পূজ্য তাসকে ধন্য তাসে সুহৃদ জন। কলিযুগে হৰি আনকো বোলাৱে আপুনো কৰে কীৰ্ত্তন। ৩৬৫ ৩৬। বাৰুদেৰ সুদেৱ ৱাদেৱেতি মো দেং। ৱংসং গৌৰি ধাৱমনুধাৱন্তি পৃষ্ঠত। ৩। হেপি পুজাহেপি ধাঃ এৱ সুহৃদে জন। শৰ স্মৰয়ন্তে যে হৰেনাম কলো যুগে। —মংপুল (ভক্তি-ৰত্নাকৰ ২১,২২) মুখৰে-পৰ।