পৃষ্ঠা:Kirtan Ghosha.pdf/৭৮৫

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


999 নাম-ঘােষা { ঘােমা ৩৫৩ নাৰ সনত- কুমাৰ অনন্ত শুক মুনি আদি কবি। মুকুতি-সুখক ঠেলি বাদাম সদায় ফুৰে মৰি। ৩৫৩ ইটো বাম-নামে আপুনাৰ গুণে ঈশ্বৰকো কৰে বশ্য। এতেকে জানিব। ৰাম-নাম বিনে শাস্ত্ৰৰে নাহি ৰহস্য। ৩৫৪ চৈতন্য-ঈশ্বৰ- আদিত্য যাহা হিয়াত ভৈল প্রকাশ। কালমেঘ-প্রায় অবিদ্যা- তাহাৰে হােৱে বিনাশ। ৩৫৫ ভালুক বানৰ বাস তুলি ৰামত কষিয়া সেৱ। হেময় পৰম কৃপালু দেৱতা ৰাম বিনে নাহি কেৱ। ৩৫৬ নিগুণ কৃষ্ণৰ গুণক প্রকাশ কৰিলা শ্রীশঙ্কৰে। ৬৬। সুশােৱাপ্যথ ধানযাে নঃ সর্বাত্মনা কৃমিং। হজেত ৰাষং অনুজাকৃতিং হৰিং ৰ উত্তৰাৰ কোলাৰ বিৱ। It get i #MUI