পৃষ্ঠা:Kirtan Ghosha.pdf/৭৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীৰ্ত্তন ১] প্ৰাদ-চৰিত্ৰ দেখিয় স্ফটিক বাৰৰ গুণি। মাঞ্জে গৃহ যেন লক্ষী আপুনি। ৮ গোৱিন্দৰ গুণ-চৰিত্ৰ বাজে। শুনে গ্ৰাম্য কথা যিটো নিলাজে বৈকুণ্ঠে ন্যায় সিটো ভাগ্যশূন্য। কুকথায়ে হৰে সমন্তে পুণ্য। ৯ তমো নৰকে হৰে চিৰ বাস। আপুনি চিন্তে আপুনাৰ নাশ দেৱৰৰ বাঞ্ছনী মনুষ্য-জম্ম। উপজে আত যত জ্ঞান ধৰ্ম্ম। ১০ নকৰে কীৰ্ত্তন ইহাক পায়। জানিবা তাক লক্ষ্মে বিষ্ণু-মায়া হেন, জানি আন আলাপ এড়ি। বোলা হৰি হৰি সমাজে বেঢ়ি। ১১ পা* ৮। দেখি—দেখিয়া স্ফটিক খাৰৰস্ফটিকৰ বাৰ আঞ্জে সাঞ্জে ( সংশাজীৱ-ভাগৱন্ত ৩৯২১] st ১০। জ্ঞান ধৰ্মজ্ঞান কৰ্ম্ম [ জ্ঞানং চ তত্ববিষয় ময় { ভাগৱত অ৫২৪} ১১। আলাপ-মালাস লবেকৈ।