পৃষ্ঠা:Kirtan Ghosha.pdf/৭৭৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


. মামঘােষ যােব.৩২ লাশমি কৃষ্ণৰ পৰম নির্মল চৰিত্ৰ কথাৰ যৈত প্রকাশ। গঙ্গা আদি কৰি যত তীর্থ আছে তৈতেসে কৰে নিৱাস। ৩২৭ শ্ৰীৰাম-নাম মহাধন হীৰা বিত্ত। সংসাৰসাগৰ তাৰ দুৰ্গ পাৰ শ্ৰীৰাম-নামে নিশ্চিত। ৩২৮ ৰাম-নাম মল-অৰণ্যৰ বাড়ৱ অগনি সম। শ্ৰীৰামনাম মনৰ উৎসৱ ভদ্ৰতত ভদ্র উত্তম ॥ ৩২৯ নাৰায়ণ-নাম ন সমস্ত প্রসিদ্ধ চৌৰ বিশেষ। ১২। অৱৈ গঙ্গা যমুনা চ বেণী গোদাৱৰী সিন্ধু সৰস্বতী চ। সৱশি ভীখানি সন্তি হত্র ফতােলাকপ্রস। পাত ৩২৮। ৰাম ৰাগৰদুর্গা। কামনা, গজনীৱি। ৩২। নাম কালচিত্র। এমন মনস উৎসৱতাম।