পৃষ্ঠা:Kirtan Ghosha.pdf/৭৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দোষ ৩১। প্রার্থনা আমি মহাপাপী, শৰণে পশিললা ৰাখিয়ে নিজ চৰণে। ৩১৪ হে হৰি মঞি অনাথক দায়া কৰা হৰি এবাৰ। কপা-ৰসে তিন্তি চৰণ ভৈল তােহ্মাৰ। ৩১৫ কৃপাৰ সাগৰ দেৱকী-নন্দন পূৰিয়াে মনৰ কাম। সদা মুগুচেক মুখে তুৱা গুণ নাম। ৩১৬ কোটি কোটি, ঘােৰ অপৰাধ নিতে কৰে আমি দুৰাশয়। হে হৰি মােক দাস হেন মানি মিয়ােক কৃপাময়। ৩১৭ ৩১৭। অপৰাধসহস্রাণি ক্রিয়ন্তেহর্নিশয়া। দাসোহমিতি মাং মা ক্ষম পৰমেশ্বৰ। পা ৩১৫। ক..তোমাৰ-চৰণে শৰণ লৈলো তোমার। ৩১৭-৩১ মাগত। অনাদি অনন্তু ভূজো কৰি প্ৰণিপাত। কুতি-সুখ তেজি মহামে শণ করে তােমতি।