পৃষ্ঠা:Kirtan Ghosha.pdf/৭৭৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


মধ্যে [ খোৰা ৩০৯ নমো নমো কৃষ্ণ তোমাৰ ভকতি মুকুতিতো কৰি বলে। মোৰ তাকে মন দিয়োক শৰণ অণ-চৰণ-তলে। ৩৯ চৰণত ধৰা কাতৰ কৰোহো ইবাৰ নেৰিয়ে। হৰি। পতিত-পাৱন দেৱ নাৰায়ণ নাহিকে তোৰ সৰি। ৩১০ এ ভৱসাগৰ মজি নাৰায়ণ আতুৰ ভৈলো আপাৰ। দীন অনাথক তুমি কৃপাময় চৰণে কৰা উদ্ধাৰ। ৩১১ হে হৰি তযু মায়ায়ে আমাক ভাঙিছে কৰি কপট। দূৰ কৰা মায়া চাপোহো োেহ্মাৰ চৰণ-ছত্ৰ-নিকট॥ ৩১২ পতিত-পাৱন ৰাম নাৰায়ণ সণে মোক উদ্ধাৰ। আমি পতিত পতিত-পান নামৰ পৰীক্ষা কৰা৷ ৩১৩ পতিত-পাৱন নাম নাৰায়ণ প্ৰসিদ্ধ সমস্ত জনে।