পৃষ্ঠা:Kirtan Ghosha.pdf/৭৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হৰিৰ সেৱাত নাবো [ থোৰা২৪ কাল-গ্ৰাহে ধৰি আহ্মাকো গিলয় চেতন নাহিকে মনে। ব্ৰাহি হৰি বুলি পশিলল শৰণে অভয় হৰি-চৰণে ২৬৪ ভৃত্য-ভয়-হাৰী অপৰ দেৱ নাহি হৰি-সমসৰ। প্ৰপন্নজনৰ জানিবাহ। হৰি বৰ যেন পঞ্জ | ২৬৫ প্ৰয়াস নাহিকে জানিব নিশ্চয় কৰি। নাম মাত্ৰ লৈলে হোৰম্ভ প্ৰসন্ন কিনো কৃপাময় হৰি ২৬৬ যইগুসকল ফুৰা হৰি-গুণ গাই। দুৰ্ধোৰ কলিত হৰিনাম বিনে গতি আনমতে নাই। ২৬৭ ঘোৰ কলিযুগে ষত ধৰ্ম-কৰ্ম সৱে কৰিলেক দূৰ। ২৬। দু সংসাৰকুপে পতিতং বিষয়ে বিক্ষেশং। এ কাহিনি কোতুৰীখৰঃ। ভাগৱত পুৰাণ.১১ ৮.৪১ শুনিয়ে চতুৰ আহ্মাকো।