পৃষ্ঠা:Kirtan Ghosha.pdf/৭৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নামঘােষা [ যে ২৫৫ যেৱে ঈশ্বৰক ও উপদেশ- লব্ধ শিষ্যসরে উপদেশ সাৰ পৰা। পাইবা যত্ন কৰি বুদ্ধিক সত্ত্বস্থ কৰা ৷ ২৫৫ শাস্ত্র-গুৰুৱে শিক কৃপায়ে শুধ উপদেশ দিব। শিষ্যসৱে শুধ- ভাৱে নধৰিলে তাৰসৱে কি কৰিব ২৫৬ যেৱে শিষ্যসৱে মহা শুধভাৱে উপদেশ আচয়। শাৱ গুৰু আপু- নাকো সিটো শিষে তিনিকো ৰক্ষা কৰয়।২৫৭ কৃষ্ণ-সংক প্রেম-জৰী দিয়া ছান্দা। পৰম সুদৃঢ় বাম-কৃষ্ণ-নাম কৱচ গলত বান্ধা ।। ২৫৮ কাম-ক-শাম অভেদ কট সদায়ে যিটো পিন্ধয়। তিনি গুণবৃত্তি অঞ্জৰ প্রহার তাক আৰ নিবিয় ॥ ২৫৯ পা ২৫৯। যিটো পিয়—গলে বার ।