পৃষ্ঠা:Kirtan Ghosha.pdf/৭৫৯

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


18 নাফােয় [ যােৱা ২৩. ৰামকৃষ্ণ-নাম অমৃতসাগৰে যিটোজনে কৰে কেলি। তৃণ সম কৰি সিটো মহাজনে মুকুতিকো থৱে ঠেলি ॥ ২৩৬ হৰি-পদ মহা- থালী ৰাম-নাম অমৃতে আছে ভৰিয়া। কপট ঢাকন ভাজি আরে ভাই সন্তোষ হুয়ােক পিয়া। ২৩৭ মহন্তৰ সঙ্গে ৰাম-নাম লৈয়াে অঞ্জনীয়া কৰি। চুৰিয়া হৃদয় ভাণ্ডাৰে দেখিয়াে হৰি। ২৩৮ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম হৰি। আলাস তেজিয়া ভজিয়াে হৰিক জানি এক মন কৰি। ২৩৯ মহন্তৰ সঙ্গে সদায় মুখত নছাৰি ৰাম-বাণী । ২৩৬। কথামৃতপাখোধে ৱিহৰৱো মহামুদ। কুস্তি কৃতিঃ কেচিঞ্জাতুৱ গং ভূগােপম। -গৱত-ঙ্গাৱার্থ-দীপিকা, ১৮৭৯ কপট দুৱাৰ পা ২৩ । ২৩৯ গালি এৰু মম-মন একাকানি।